Type Here to Get Search Results !

বিশ্ব কুইজ | World GK QUIZ - MCQ - Assamese Language

এই পোষ্টটোত আমি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শেহতীয়া বিশ্ব সাধাৰণ জ্ঞান (World GK) ৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছো। তদুপৰি বিশ্ব সাধাৰণ সজাগতাৰ সৈতে আপোনালোকক অৱগত ৰাখিবলৈ আমি নিয়মিতভাৱে প্ৰশ্নসমূহ আপডেট কৰি আছো। যদি আপোনাৰ কিবা প্ৰশ্ন বা সন্দেহ আছে আপুনিও পোষ্ট/Comment কৰিব পাৰে-

World GK QUIZ - MCQ - Assamese Language
বিশ্ব কুইজ | World GK QUIZ - MCQ - Assamese Language


বিশ্ব কুইজ | World GK QUIZ - MCQ - in Assamese Language


Also Read: 1500+ Assamese GK


Q ➤ বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি?


Q ➤ বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি?


Q ➤ বিশ্বৰ সৰ্ববৃহৎ মহাদেশ খনৰ নাম কি?


Q ➤ বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন?


Q ➤ পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ খনৰ নাম কি?


Q ➤ বিশ্বৰ আটাইতকৈ সৰু মহাদেশ খনৰ নাম কি?


Q ➤ বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ কোন খন?


Q ➤ বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ খনৰ নাম কি?


Q ➤ বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জ কোনটো?


Q ➤ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?


Q ➤ পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই খনৰ নাম কি?


Q ➤ বিশ্বৰ আটাইতকৈ গৰম ঠাই কোন খন?


Q ➤ বিশ্বৰ সৰ্বোচ্চ সীমান্ত ৰেখা থকা দেশ খনৰ নাম কি?


Q ➤ এছিয়াৰ সৰ্ববৃহৎ মৰুভূমি খনৰ নাম কি?


Q ➤ বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি কোন খন?


Q ➤ বিশ্বৰ ব্যস্ততম বাণিজ্য নদী কোনখন?


Q ➤ বিশ্বৰ সৰ্বাধিক সংখ্যক ভোটাৰ থকা দেশ কোনখন?


Q ➤ বিশ্বৰ আটাইতকৈ সৰু দেশ খনৰ নাম কি?


Q ➤ বিশ্বৰ সৰ্ববৃহৎ দেশ খনৰ নাম কি?


Q ➤ বিশ্বৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ কোনখন?


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section