Type Here to Get Search Results !

দৃষ্টিহীন লোকে টকাৰ নোটসমূহ কেনেকৈ চিনাক্ত কৰে: How can blind people recognize money notes

আপুনি বাৰু ভাৰতৰ টকাৰ নোটসমূহৰ দুটা মুৰ কাষত এনেদৰে //// চিহ্ন সমূহ লক্ষ্য কৰিছেনে? নোটসমূহত এই চিহ্ন সমূহ কিয় থাকে জানেনে?

সাধাৰণতে নোটসমূহত থকা কোনো এটা চিহ্ন দেখিব ভাল লাগিবলৈ নিদিয়ে, প্ৰতিটো চিহ্ন কিবা নহয় কিবা এটা কাৰণতহে দিয়া থাকে। আজি আমি জানো আহক নোটসমূহৰ কাষত ///// এনেকুৱা চিহ্ন কিয় দিয়া থাকে।

How can blind people recognize money notes
Image source: internet


How can blind people recognize money notes

দৰাচলতে এই চিহ্ন সমূহ চকুৰে প্ৰত্যক্ষ কৰি নোটসমূহ চিনাক্ত কৰিব পৰা লোকৰ বাবে নহয়। এই চিহ্ন সমূহ দৃষ্টিহীন (অন্ধ) লোকৰ বাবে দিয়া হয় তেওঁলোকৰ এই চিহ্ন দ্বাৰা নোটসমূহ চিনাক্ত কৰাত সহায় কৰে। আপুনি দৃষ্টিহীন লোকক লক্ষ্য কৰিবচোন তেওঁলোকক নোটসমূহ দিলে তেওঁলোকে লওতে পথালি কৰি দুখন হতে দুটা মুৰত চুই চাই।


বৰ্তমান ভাৰতৰ নতুন নোট সমূহত এনেদৰে দিয়া থাকে :

২০০০ টকীয়া নোটত এনেদৰে ৭ ডাল আঁচ থাকে / // / // /

৫০০ টকীয়া নোটত এনেদৰে ৫ ডাল আঁচ থাকে // / //

২০০ টকীয়া নোটত এনেদৰে ২ ডাল, ২ ডালৰ মাজত দুটা ষ্টাৰ থাকে // ** // 

১০০ টকীয়া নোটত এনেদৰে ৪ ডাল আঁচ থাকে // //


*কিন্তু পুৰণি নোটসমূহত চিহ্ন বেলেগ আছিল।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section