আজিৰ পোষ্টটোত General Knowledge In Assamese Question And Answer ত আমি ১০ টাতকৈও অধিক General Knowledge প্ৰশ্ন যোগ কৰিছো যিবোৰ আপোনাৰ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পাৰে।
General Knowledge In Assamese Question And Answer
Q ➤ কোনখন অৱস্থাত চেনিৰ বাটি বোলা হয়?
Q ➤ ভৱিষ্যতৰ ইন্ধন কি বোলে ?
Q ➤ কোন জনগোষ্ঠীৰ মানুহে দীপাৱলীক "শোক উৎসৱ" হিচাপে পালন কৰে?
Q ➤ "Smoke City Of India" কাক বোলে ?
Q ➤ সৌৰ কুকাৰে কিহৰ পৰা শক্তি পায়?
Q ➤ ভাৰতৰ সৰ্ববৃহৎ জনগোষ্ঠী কোনটো?
Q ➤ ভাৰতৰ গুৰুত্বপূৰ্ণ ক্ষুদ্ৰ উদ্যোগ কোনটো?
Q ➤ ভাৰতৰ সৰ্বাধিক কয়লাৰ মজুত ক’ত?
Q ➤ ভাৰতত সূৰ্য্যৰ ৰশ্মি কোনখন ৰাজ্যত প্ৰথমে পৰে ?
Q ➤ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ?
Q ➤ ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল?
Q ➤ ভাৰতত বাৰিষা প্ৰথম ক'ত আহে?
Q ➤ ভগৱান বুদ্ধ ক'ত জ্ঞান লাভ কৰিছিল?
Q ➤ ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
Q ➤ চন্দ্ৰলৈ মানুহ পঠোৱা প্ৰথম কোনখন দেশ আছিল?
Post a Comment
0 Comments