Type Here to Get Search Results !

Current Affairs in Assamese – July 29, 2022

প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ২৯ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:

Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 29, 2022

Current Affairs in Assamese – July 29, 2022
Current Affairs in Assamese – July 29, 2022



Q ➤ 'বিশ্ব হেপাটাইটিছ দিৱস' কেতিয়া পালন কৰা হয়?


Q ➤ 'লিমকা স্প'ৰ্টছ'ৰ প্ৰচাৰৰ বাবে কোকাকোলাই কাৰ সৈতে চুক্তিবদ্ধ হৈছে?


Q ➤ মনপ্ৰীত আৰু CWG 2022 ৰ বাবে ভাৰতৰ পতাকা বাহক কাক হিচাপে নিৰ্বাচিত কৰা হৈছে?


Q ➤ শেহতীয়াকৈ আইচিচিৰ এদিনীয়া দলৰ ৰেংকিঙত কোনে শীৰ্ষস্থান দখল কৰিছে?


Q ➤ কোনটো ক্ষেত্ৰত 'দীনেশ শহাৰা আজীৱন বঁটা' আৰম্ভ কৰা হৈছে?


Q ➤ কোনখন দেশৰ নোবেল বঁটা বিজয়ী 'ডেভিড ট্ৰিম্বল'ৰ মৃত্যু হৈছে?


Q ➤ প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ প্ৰথমটো ‘আন্তঃৰাষ্ট্ৰীয় বুলিয়ন এক্সচেঞ্জ’ ক’ত আৰম্ভ কৰিব?


Q ➤ ইংলেণ্ডৰ 'লেষ্টাৰ ক্ৰিকেট গ্ৰাউণ্ড'ৰ নাম কোনজন মহান খেলুৱৈৰ নামত ৰখা হৈছে?


Q ➤ ভাৰতীয় ৰাষ্ট্ৰপতিৰ বিৰল ফটো প্ৰদৰ্শন কৰা এখন কিতাপ কোনে মুকলি কৰিছে?


Q ➤ সদ্য প্রকাশিত চৰকাৰী তথ্য অনুসৰি যোৱা তিনি বছৰত ভাৰতত কিমান বাঘ নিহত হৈছে?


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section