Type Here to Get Search Results !

Current Affairs in Assamese – July 28, 2022

প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ২৮ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:

Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 28, 2022

Current Affairs in Assamese – July 28, 2022
Current Affairs in Assamese – July 28, 2022



Q ➤ চি আৰ পি এফৰ ৮৩ সংখ্যক উত্থান দিৱস কেতিয়া পালন কৰা হয়?


Q ➤ তাঞ্জানিয়াত কোনটো আইআইটিয়ে কেম্পাছ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে?


Q ➤ গুজৰাটত অনুষ্ঠিত হ'বলগীয়া "৩৬ সংখ্যক ৰাষ্ট্ৰীয় খেল ২০২২"ৰ ল'গ' (LOGO) ত কোনটো প্ৰাণী অন্তৰ্ভুক্ত কৰা হৈছে?


Q ➤ ২০২৫ চনত আই চি চি মহিলা এদিনীয়া বিশ্বকাপ কোনে আয়োজন কৰিব?


Q ➤ ভাৰতে কিমানটা নতুন ৰামছাৰ স্থান নিৰ্ধাৰণ কৰিছে?


Q ➤ ভাৰতৰ প্ৰথমটো সৰ্ব মহিলা সহকাৰী বেংক ক'ত প্ৰতিষ্ঠা হৈছে?


Q ➤ BCCI ৰ নতুন টাইটেল স্পনছৰ কোন হৈছে?


Q ➤ ৪৪ সংখ্যক দবা অলিম্পিয়াড ক'ৰ পৰা আৰম্ভ হ'ব?


Q ➤ কোনে মুকলি কৰিছে শিশু সুৰক্ষা মোবাইল এপ?


Q ➤ ২০২৩ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ কিমান শতাংশ বুলি অনুমান কৰিছে আই এম এফে?


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section