Type Here to Get Search Results !

Current Affairs in Assamese – July 26, 2022

প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ২৬ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:

Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 26, 2022

Current Affairs in Assamese – July 26, 2022
Current Affairs in Assamese – July 26, 2022




Q ➤ গুজৰাট আৰক্ষীৰ ই-এফআইআৰ (e-FIR) ৰ ব্যৱস্থা কোনে উদ্বোধন কৰিছে?


Q ➤ এফএমচিজি (FMCG) ৰ সৰ্বাধিক দৰমহা পোৱা চিইঅ’ (CEO) কোন হৈছে?


Q ➤ শেহতীয়াকৈ 'যশৱন্ত খাৰে'ৰ মৃত্যু হৈছে, তেওঁ কোন আছিল?


Q ➤ 'ভোডাফোন আইডিয়া'ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে?


Q ➤ ৱাছিফা নাজৰীন কোনখন দেশৰ K2 জয় কৰা প্ৰথমগৰাকী নাৰী হৈ পৰিছে?


Q ➤ শেহতীয়াকৈ 'কৰুণা জৈনে' অৱসৰৰ কথা ঘোষণা কৰিছে, তেওঁ কোনটো খেলৰ সৈতে সম্পৰ্কিত?


Q ➤ শেহতীয়াকৈ কোনে '২০২২ ফ্ৰেন্স গ্ৰেণ্ড প্ৰিক্স'ৰ খিতাপ দখল কৰিছে?


Q ➤ কোনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২১ চনত ভাৰতে বিদেশী মানি অৰ্ডাৰৰ ৰূপত ৮৭ বিলিয়ন ডলাৰ লাভ কৰিছে?


Q ➤ কোনখন ৰাজ্যত ‘ককৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ’ৰ তিনিটা ইউনিট আৰম্ভ হ’ব?


Q ➤ "২০২২ ছুইছ অ'পেন" খিতাপ কোনে লাভ কৰিছে?


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section