Type Here to Get Search Results !

Current Affairs in Assamese – July 24, 2022

প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ২৪ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:


Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 24, 2022

Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 24, 2022
Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 24, 2022




Q ➤ ‘ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস’ কেতিয়া পালন কৰা হয়?


Q ➤ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত চলচ্চিত্ৰৰ বাবে সৰ্বাধিক অনুকূল ৰাজ্যিক বঁটা কোনে লাভ কৰিছে?


Q ➤ শেহতীয়াকৈ 'গ্লোবেল এনাৰ্জি প্ৰাইজ ২০২২' কোনে লাভ কৰিছে?


Q ➤ শেহতীয়াকৈ ইউক্ৰেইন আৰু কোনখন দেশে Black Sea ৰ পৰা শস্য ৰপ্তানিৰ অনুমতি দিবলৈ ৰাষ্ট্ৰসংঘৰ সমৰ্থিত চুক্তিত স্বাক্ষৰ কৰিছে?


Q ➤ ইছৰ’ই ক’ত উদ্বোধন কৰিছে ‘মানৱ মহাকাশ উৰণ এক্সপ’?


Q ➤ শেহতীয়াকৈ NASSCOM আৰু কোনে 'ডিজীৱনী কল চেণ্টাৰ' আৰম্ভ কৰিছে?


Q ➤ শ্ৰীলংকাৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে?


Q ➤ কোনটো বেংকে 'ৱাটছএপ বেংকিং সেৱা' আৰম্ভ কৰিছে?


Q ➤ গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাক নিযুক্তি দিছে?


Q ➤ কোনখন ৰাজ্য চৰকাৰে ডেলয়টৰ সৈতে বান্ধ খাই এক ট্ৰিলিয়ন অৰ্থনীতি গঢ়ি তুলিছে?


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section