প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ২৩ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:
Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 23, 2022
![]() |
Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 23, 2022 |
Q ➤ 'বিশ্ব মগজু দিৱস' কেতিয়া পালন কৰা হয়?
Q ➤ কোনখন দেশৰ প্ৰধানমন্ত্ৰী ‘মাৰিঅ’ ড্ৰাঘী’ই পদত্যাগ কৰিছে?
Q ➤ 'ডেনিয়েল বঁটা ২০২২'ৰে কাক সন্মানিত হৈছে?
Q ➤ 'শ্বেখ মহম্মদ চাবাহ আল ছালেম' কোনখন দেশৰ নতুন প্ৰধানমন্ত্ৰী হৈছে?
Q ➤ প্ৰধানমন্ত্ৰী মোদীয়ে ক'ত উন্মোচন কৰিলে ভাৰতৰ প্ৰথম মানৱ যাত্ৰীবাহী ড্ৰ'ন 'বৰুণা'?
Q ➤ অ’ এন জি চি বিদেশ লিমিটেডৰ নতুন পৰিচালন সঞ্চালক কোন হৈছে?
Q ➤ কোনটো ভাৰতৰ প্ৰথম ১০০% লেংলৰ্ড মডেল বন্দৰ হৈ পৰিছে?
Q ➤ আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ নতুন ভাৰপ্ৰাপ্ত সভাপতি কোন হৈছে?
Q ➤ 'আই এছ এছ এফ শ্বুটিং বিশ্বকাপ ২০২২'ত কোনে পদক হিচাপত শীৰ্ষস্থান দখল কৰিছে?
Q ➤ সদ্য প্রকাশিত নিটি আয়োগৰ ‘ইণ্ডিয়া ইনোভেচন ইনডেক্স ২০২১’ত কোনে শীৰ্ষস্থান দখল কৰিছে?
Post a Comment
0 Comments