Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 22, 2022
Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 22, 2022
Q ➤ ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কোনে শপত গ্ৰহণ কৰিছে?Ans ➤ দ্ৰৌপদী মুৰ্মু - দেশৰ প্ৰথমগৰাকী মহিলা জনজাতীয় ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে দ্ৰৌপদী মুৰ্মু।
Q ➤ শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ৰেমিটেন্সৰ সৰ্বাধিক গ্ৰাহক হিচাপে পৰিগণিত হৈছে কোনখন দেশ?Ans ➤ ভাৰত - বিশ্ব বেংকৰ তথ্য অনুসৰি ২০২১ চনত ই ৮৭ বিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰিছিল। ভাৰতৰ পিছতে আছে চীন আৰু মেক্সিকো
Q ➤ বিশ্ব মগজু দিৱস কেতিয়া পালন কৰা হয়?Ans ➤ ২২ জুলাই - প্ৰতি বছৰে ২২ জুলাইত মাল্টিপল স্ক্লেৰোচিছ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বিশ্ব মগজু দিৱস পালন কৰা হয়।
Post a Comment
0 Comments