Type Here to Get Search Results !

Current Affairs in Assamese – July 21, 2022

প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ২১ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:


Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 21, 2022

Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 20, 2022

Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 20, 2022



Q ➤ শেহতীয়াকৈ ‘বিশ্ব দবা দিৱস’ কেতিয়া পালন কৰা হৈছে?


Q ➤ '২০২৮ গ্ৰীষ্মকালীন অলিম্পিক গেমছ' কোনে আয়োজন কৰিব?


Q ➤ 'The Resilient Entrepreneur: Strategies to Setup for Success' নামৰ কিতাপখন কোনে উন্মোচন কৰিছে?


Q ➤ কোনটো আই আই টিয়ে মহাকাশ ৰবটৰ বাবে জৈৱ-প্ৰেৰিত কৃত্ৰিম পেশী প্ৰস্তুত কৰিছে?


Q ➤ শেহতীয়াকৈ ক'ৰ পৰা আৰম্ভ হৈছে 'মুখ্যমন্ত্ৰী উদ্যামন খিলাড়ী উন্নয়ন যোজনা'?


Q ➤ বি চি চি আইৰ নতুন নৈতিকতা বিষয়া কোন হৈছে?


Q ➤ MSME মন্ত্ৰী নাৰায়ণ ৰাণে ক'ত মুকলি কৰিছে Mobile Electric Charging App ?


Q ➤ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কোন নিৰ্বাচিত হৈছে?


Q ➤ শেহতীয়াকৈ ইউৰোমনিয়ে কাক বিশ্বৰ শ্ৰেষ্ঠ SME Bank হিচাপে ঘোষণা কৰিছে?


Q ➤ ছেবিৰ (SEBI) কাৰ্যবাহী সঞ্চালকৰ দায়িত্ব কোনে গ্ৰহণ কৰিছে?


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section