প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ২০ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:
Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 20, 2022
![]() |
Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 20, 2022 |
Q ➤ শেহতীয়াকৈ ‘তামিলনাডু দিৱস’ কেতিয়া পালন কৰা হৈছে?
Q ➤ FIH মহিলা হকী বিশ্বকাপ ২০২২ কোনে জয়ী হৈছে?
Q ➤ ভাৰতত কোনখন ৰাজ্যত প্ৰথম 'ডিজিটেল লোক আদালত' আৰম্ভ হৈছে?
Q ➤ শেহতীয়াকৈ 'ভূপিন্দৰ সিং'ৰ মৃত্যু হৈছে, তেওঁ কোন আছিল?
Q ➤ শেহতীয়াকৈ ক'ত পালন কৰা হৈছে 'সুখ উৎসৱ'?
Q ➤ FIA, IOA আৰু IOC ৰ পৰা কোনে পদত্যাগ কৰিছে?
Q ➤ আই এছ এছ এফ বিশ্বকাপত পুৰুষৰ স্কীট ইভেণ্টত মাইৰাজ আহমেদ খানে কোনটো পদক লাভ কৰিছে?
Q ➤ আন্তৰ্জাতিক ক্ৰিকেটত ১০০০ ৰান সংগ্ৰহ কৰা এছিয়াৰ পৰা সৰ্বাধিক দ্ৰুত বেটছমেন কোন হৈ পৰিছে?
Q ➤ 'এক্সপেক্ট ইনচাইডাৰ ৰেংকিং ২০২২'ত কোনে শীৰ্ষস্থান দখল কৰিছে?
Q ➤ ভাৰতীয় ক্ৰিকেট দলৰ কোনজন প্ৰাক্তন অধিনায়কক ব্ৰিটিছ সংসদে সন্মান জনাইছে?
Post a Comment
0 Comments