প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ১৯ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:
Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 19, 2022
![]() |
Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 19, 2022 |
Q ➤ নেলছন মেণ্ডেলা আন্তঃৰাষ্ট্ৰীয় দিৱস কেতিয়া পালন কৰা হয়?
Q ➤ সেনা প্ৰধান মনোজ পাণ্ডে কোনখন দেশলৈ তিনিদিনীয়া ভ্ৰমণলৈ গৈছে?
Q ➤ অসম আৰু কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে?
Q ➤ কোনখন ৰাজ্যৰ প্ৰাক্তন অধ্যক্ষ 'নিৰ্মল সিং কাহলন'ৰ মৃত্যু হৈছে?
Q ➤ ছাৰ্বিয়াত অনুষ্ঠিত হোৱা 'পেৰাচিন অ'পেন 'এ' দবা প্ৰতিযোগিতা ২০২২'ত কোনে জয়লাভ কৰিছে?
Q ➤ লোকপিয়ল ডাটা ৱৰ্কষ্টেচন ক’ত উদ্বোধন কৰা হৈছে?
Q ➤ কোনখন দেশৰ উপ-ৰাষ্ট্ৰপতি 'বদাৰ-ই-জুফ' ভাৰত ভ্ৰমণ কৰিছে?
Q ➤ কিমান বছৰ ৰাষ্ট্ৰীয় সেৱাৰ অন্তত আই এন এছ (INS) সিন্ধুধ্বজক Retired কৰা হৈছে?
Q ➤ পশ্চিমবংগৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব কোনে পাইছে?
Q ➤ চাংৱনত অনুষ্ঠিত আই এছ এছ এফ শ্বুটিং বিশ্বকাপত ঐশ্বৰ্য তোমাৰে কোনটো পদক লাভ কৰিছে?
Post a Comment
0 Comments