Type Here to Get Search Results !

Current Affairs in Assamese – July 18, 2022

প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ১৮ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:

Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 18, 2022

Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 18, 2022
Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 18, 2022



Q ➤ ‘আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস ২০২২’ কেতিয়া পালন কৰা হয়?


Q ➤ প্ৰদূষণৰ লগত মোকাবিলা কৰিবলৈ ভাৰতৰ প্ৰথমখন ‘ই ৱেষ্ট ইকো পাৰ্ক’ ক’ত স্থাপন কৰিছে?


Q ➤ টাইম আলোচনীৰ ‘২০২২ চনৰ বিশ্বৰ ৫০ খন শ্ৰেষ্ঠ স্থান (World's 50 Greatest Places of 2022)’ত কোনখন ৰাজ্যই স্থান লাভ কৰিছে?


Q ➤ ‘চিংগাপুৰ অ’পেন ২০২২’ত কোনে লাভ কৰিছে মহিলাৰ একক খিতাপ?


Q ➤ গুগলৰ মূল কোম্পানী ‘আলফাবেট ইনক’ৰ ব’ৰ্ডত কাক অন্তৰ্ভুক্ত কৰা হৈছে?


Q ➤ শেহতীয়াকৈ নৱগঠিত NaBFID ৰ মুৰব্বী কোন হ’ব?


Q ➤ কোনটো অনলাইন প্লেটফৰ্মে মুকলি কৰিছে ‘Unmentioning feature’?


Q ➤ ২০২৫ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ কোনে আয়োজন কৰিব?


Q ➤ কৃষি বাণিজ্যৰ প্ৰসাৰৰ বাবে 'প্লেটফৰ্ম টু ফ্লেটফৰ্ম' নামেৰে এক পদক্ষেপ কোনে আৰম্ভ কৰিছে?


Q ➤ নেচনেল ষ্টক এক্সচেঞ্জৰ নতুন MD & CEO কোন হৈছে?


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section