Type Here to Get Search Results !

Current Affairs in Assamese – July 16, 2022

প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ২০২২ চনৰ ১৬ জুলাইৰ গুৰুত্বপূৰ্ণ খবৰসমূহ তলত উল্লেখ কৰা হৈছে:

Daily Current Affairs | দৈনিক সাম্প্ৰতিক পৰিস্থিতি | July 16, 2022

Current Affairs in Assamese
Current Affairs in Assamese



প্ৰশ্ন ১:- "AadhaarfaceRD" নামৰ নতুন মোবাইল এপৰ জৰিয়তে কোনে মুকলি কৰিছে Face প্ৰমাণীকৰণৰ সুবিধা?

উত্তৰ: - ভাৰতীয় একক চিনাক্তকৰণ প্ৰাধিকৰণ । Unique Identification Authority of India (UIDAI) ) য়ে।


প্ৰশ্ন ২:- ভাৰতৰ প্ৰথম Quadrivalent Human Papilloma Virus Vaccine (QHPV) প্ৰস্তুত কৰিছে?

উত্তৰ:- ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, পুনেৰ দ্বাৰা।


প্ৰশ্ন ৩:- মহিলাৰ সুৰক্ষা আৰু সবলীকৰণৰ বাবে আৰম্ভ কৰা “শক্তি যোজনা” অভিযানৰ বাবে কোনটো মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে?

উত্তৰ:- মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়।


প্ৰশ্ন ৪:- আৱাসী কল্যাণ সন্থাৰ বাবে দিল্লী চৰকাৰে কোনখন আঁচনি আৰম্ভ কৰিছে?

উত্তৰ: - 'সহ অংশীদাৰিত্ব' আঁচনি।


প্ৰশ্ন ৫:- কোনটো কোম্পানীয়ে চেন্নাইত ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট ইঞ্জিন কাৰখানা খুলিছে?

উত্তৰ:- অগ্নিকুল কচমছ।


প্ৰশ্ন ৬:- ইনফ’ছিছে ডেনমাৰ্ক ভিত্তিক বেচ লাইফ চাইন্সক কিমান মিলিয়ন ইউৰোত অধিগ্ৰহণ কৰিব?

উত্তৰ :- ১১ কোটি ইউৰোত।


প্ৰশ্ন ৭:- স্কিল ইণ্ডিয়া মিছনৰ ৭ম বৰ্ষপূৰ্তি কেতিয়া পালন কৰা হয়?

উত্তৰ :- ১৫ জুলাই ২০২২ তাৰিখে।


প্ৰশ্ন ৮:- কোনখন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলত ভাৰতৰ প্ৰথম ই-ৱেষ্ট ইকো পাৰ্ক স্থাপন কৰা হ’ব?

উত্তৰ:- দিল্লীত।


প্ৰশ্ন নৱম:- "লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২২"ত কোনে আইকন বঁটা লাভ কৰিছে?

উত্তৰ:- চলচ্চিত্ৰ নিৰ্মাতা অপৰ্ণা সেন আৰু নন্দিতা দাস।


প্ৰশ্ন ১০:- চৰকাৰে RoSCTL (RoSCTL) আঁচনিখন কিমান দিনলৈ বৃদ্ধি কৰিছে?

উত্তৰ :- ২০২৪ চনৰ মাৰ্চ মাহলৈকে।


প্ৰশ্ন ১১:- ২০২২ চনত টাইম আলোচনীয়ে বিশ্বৰ শ্ৰেষ্ঠ স্থানৰ তালিকাত কোন দুখন ভাৰতীয় চহৰক অন্তৰ্ভুক্ত কৰিছে?

উত্তৰ:- আহমেদাবাদ আৰু কেৰেলা।


প্ৰশ্ন ১২:- কোনখন ৰাজ্যত বিধায়ক আৰু পৰিচালক হিচাপে কাম কৰা মহিলাৰ সংখ্যা সৰ্বাধিক?

উত্তৰ:- মিজোৰাম ৰাজ্যত।


প্ৰশ্ন ১৩:- ওলা বিত্তীয় সেৱাৰ ওপৰত RBI য়ে কিমান কোটি টকা জাপি দিছে?

উত্তৰ :- ১.৬৭ কোটি টকা।


প্ৰশ্ন ১৪:- ৭) ৰাষ্ট্ৰীয় কৃষি বজাৰ (e-NAM)ৰ অধীনত কোনজন কেন্দ্ৰীয় মন্ত্ৰীয়ে প্লেটফৰ্ম অৱ প্লেটফৰ্ম (POP) মুকলি কৰিছে?

উত্তৰ:- কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ জী ।


প্ৰশ্ন ১৫:- ভাৰতৰ কোনখন ৰাজ্যৰ কোলাম জিলাত প্ৰথমবাৰৰ বাবে বান্দৰ পক্সত আক্ৰান্ত হৈছে?

উত্তৰ: - কেৰেলা ৰাজ্যৰ।


প্ৰশ্ন ১৬:- টেলিগ্ৰামৰ সৰ্বোত্তম কন্টেন্ট প্ৰদানকাৰী চেনেল কোনটো?

উত্তৰ – প্ৰতিযোগিতা দাপোন


প্ৰশ্ন ১৭:- ‘বিশ্ব যুৱ দক্ষতা দিৱস’ কেতিয়া পালন কৰা হয়?

উত্তৰ – ১৫ জুলাই


প্ৰশ্ন ১৮:- ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত ‘লিথিয়াম আয়ন কোষ’ কোনে প্ৰৱৰ্তন কৰিছে?

উত্তৰ – ওলা ইলেক্ট্ৰিক


প্ৰশ্ন ১৯:- ভাৰত আৰু কোনখন দেশে 'টেলি এডুকেচন সম্পৰ্কীয় বুজাবুজিৰ চুক্তি'ত স্বাক্ষৰ কৰিছে?

উত্তৰ – মাদাগাস্কাৰ


প্ৰশ্ন ২০:- কোনখন দেশত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে ‘সুধাকৰ দলেলা’ক নিযুক্তি দিয়া হৈছে?

উত্তৰ – ভূটান


প্ৰশ্ন ২১:- কোনখন দেশে হাইফা বন্দৰক ১.২ বিলিয়ন ডলাৰত বিক্ৰী কৰিছে?

উত্তৰ - ইজৰাইল


প্ৰশ্ন ২২:- সদ্য প্ৰকাশিত 'ইণ্ডিয়া ৰেংকিং ২০২২'ত কোনখন শিক্ষানুষ্ঠান শীৰ্ষস্থান দখল কৰিছে?

উত্তৰ – আই আই টি মাদ্ৰাজ


প্ৰশ্ন ২৩:- কোনখন দেশৰ বেগী বলাৰ শ্বাহিদুল ইছলামক ১০ মাহৰ বাবে নিলম্বন কৰা হৈছে?

উত্তৰ - বাংলাদেশ


প্ৰশ্ন ২৪:- শেহতীয়াকৈ অগ্নিকুল কচমছে ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট ইঞ্জিন কাৰখানা ক'ত খুলিছে?

উত্তৰ - চেন্নাই


প্ৰশ্ন ২৫:- 'সংস্কৃতিৰ যোগেদি সংযোগ' (Connecting Through Culture) গ্ৰন্থখন কোনে উন্মোচন কৰিছে?

উত্তৰ – ডাঃ এছ জয়শংকৰ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section