Type Here to Get Search Results !

জয়মতী | Assamese Book | PDF

  • শীৰ্ষক - জয়মতী
  • লেখক - পদ্মনাথ গোহাঞি বৰুৱা
  • প্ৰকাশৰ বছৰ - ১৯০০ খ্ৰীষ্টাব্দ
  • প্ৰকাশক - লীলা এজেঞ্চি
  • প্ৰকাশস্থান - তেজপুৰ 
পদ্মনাথ গোহাঞি বৰুৱা (Padmanath Gohainbaruah; ১৮৭১-১৯৪৬) একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। তেওঁ অসম সাহিত্য সভাৰ প্ৰথম সভপতি।

জয়মতী চলচ্চিত্ৰত নাম ভূমিকাত আইদেউ সন্দিকৈ


জয়মতী - PDF | Assamese Book

ভাওবিলাক।
মতা।
লাঙ্গি-গদাপাণি•••  ••• তুংখুঙ্গীয়া ফৈদৰ ৰাজকোঁৱৰ।
চুলিক্‌ফা—ওৰফে লৰা-ৰজা•••  ••• অসম দেশৰ ৰজা।
আতন—ওৰফে দীঘলা••• ••• বুঢ়াগোহাঞি ডাঙ্গৰীয়া মন্ত্ৰী।
লাইথেপেনা •••••• ••• বৰগোহাঞি ডাঙ্গৰীয়া মন্ত্ৰী।
লাচামকলা •••••• ••• বৰপাত্ৰগোহাঞি ডাঙ্গৰীয়া মন্ত্ৰী।
লেচাই-ওৰফে ডেবেৰা (২য়)••• ••• বৰবৰুৱা ঘাই বিচাৰক।
ধৰ্ম্মনাথ •••••• ••• ন্যায়সমাধাগোহাঞি ফুকন।
মুকুন্দ •••••• ••• সলাল বৰগোহাঞি।
চন্দ্ৰমল •••••• ••• জাগিয়াল গোহাঞি।
ৰমানন্দ •••••• •••  ৰহিয়াল বৰুৱা।
লাই আৰু লেচাই••• ••• জয়মতী-গদাপাণিৰ পুত্ৰদ্বয়।
বেজবৰুৱা, চাওদাংবৰুৱা, চাওদাং, দূত, দুৱৰী, কটোৱাল, গুৱাল, গৰখীয়া, জালোৱা, হালোৱা, হাটৰুৱা, বাটৰুৱা, পাণবেপাৰী ইত্যাদি।

মাইকী।

জয়মতী••• •••  ••• গদাপাণিৰ ভাৰ্য্যা
পদ্মাৱতী••• ••• ••• জয়মতীৰ সখী।
আই-কুঁৱৰী••• ••• ••• লৰা-ৰজাৰ জননী।
আহিনী••• •••  ••• জয়মতীৰ বান্দী।
বগী ••••••  •••  ••• বৰ-পোহাৰী।
চিনু ••••••  ••• ••• নগাপৰ্ব্বতৰ নাগিনী।
জিনু ••••••  •••  ••• চিনুৰ জীয়েক।
গঞানী, লিগিৰী, নাচনী ইত্যাদি।



জয়মতী - PDF Download | Assamese Book


Download File


Source: https://as.wikisource.org/wiki/%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%AE%E0%A6%A4%E0%A7%80
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section