Locations of India's main wildlife sanctuaries, National parks
অভয়াৰণ্য/ৰাষ্ট্ৰীয় উদ্যানৰ নাম | স্থান |
---|---|
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান | যোৰহাট (অসম) |
মানস টাইগাৰ ৰিজাৰ্ভ | বৰপেটা (অসম) |
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান | ভাৰতপুৰ (ৰাজস্থান) |
সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ | ২৪ পৰগনা (পশ্চিম বংগ) |
বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান | শ্বাহদল (মধ্যপ্ৰদেশ) |
কানহা ৰাষ্ট্ৰীয় উদ্যান | মণ্ডলা (মধ্যপ্ৰদেশ) |
দুধৱা ৰাষ্ট্ৰীয় উদ্যান | লখিমপুৰ, খেৰী (উত্তৰ প্ৰদেশ) |
চন্দ্ৰপ্ৰভা অভয়াৰণ্য | বাৰাণসী (উত্তৰ প্ৰদেশ) |
কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান | নৈনিতাল (উত্তৰাখণ্ড) |
ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান | দেৰাডুন, হৰিদ্বাৰ, পৌৰী গড়ৱাল (উত্তৰাখণ্ড) |
ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান | শ্ৰীনগৰ (জম্মু আৰু কাশ্মীৰ) |
ৰণথামবৰ টাইগাৰ ৰিজাৰ্ভ | জয়পুৰ, ৰাজস্থান |
ঘটাপ্ৰভা পক্ষী অভয়াৰণ্য | বেলগাম (কৰ্ণাটক) |
বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান | মহীশূৰ (কৰ্ণাটক) |
গিৰ ৰাষ্ট্ৰীয় উদ্যান | জুনাগদ (গুজৰাট) |
নল সৰোৱৰ পক্ষী অভয়াৰণ্য | আহমেদাবাদ (গুজৰাট) |
হাজৰিবাগ ৰাষ্ট্ৰীয় উদ্যান | হাজৰিবাগ (ঝাৰখণ্ড) |
নেলাপট্টু পক্ষী অভয়াৰণ্য | নেল্লোৰ (অন্ধ্ৰ প্ৰদেশ) |
মুদুমালাই অভয়াৰণ্য | নীলগিৰি (তামিলনাডু) |
পেৰিয়াৰ অভয়াৰণ্য | ইডুকি (কেৰালা) |
ছিমলিপাল টাইগাৰ ৰিজাৰ্ভ | ময়ুৰভঞ্জ (ওড়িশা) |
গহিৰমথা কচ্ছপ অভয়াৰণ্য | কেন্দ্ৰপাৰা (উৰিষা) |
বিক্ৰমশিলা গংগেটিক ডলফিন অভয়াৰণ্য | ভগলপুৰ (বিহাৰ) |
চাইলেন্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান | পালাক্কাদ (কেৰালা) |
ৰাণী ঝান্সি সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান | আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ |
কেম্পবেল ৰাষ্ট্ৰীয় উদ্যান | আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ |
গালাথিয়া ৰাষ্ট্ৰীয় উদ্যান | আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ |
মহাত্মা গান্ধী সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান | আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ |
*এইবোৰ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত কৰা হৈছে
Also Read:
Post a Comment
0 Comments