বিশ্বৰ আগশাৰীৰ সংস্থাসমূহ আৰু ইয়াৰ মুখ্য কাৰ্যালয় | World leading organizations and their headquarters
![]() |
General Knowledge in Assamese |
১)। গেটৰ (GATT) মুখ্য কাৰ্যালয় ক’ত?
উত্তৰ – জেনেভা (১৯৪৭)
Also Read: 1500+ General Knowledge Questions and Answers in Assamese
২)। জি-৮ দেশসমূহ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ – ১৯৭৫ চন
৩)। ইউএনচিটিএডিৰ (UNCTAD) মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ – জেনেভা (১৯৬৪)
৪)। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ – ৱাশ্বিংটন (১৯৪৫)
৫)। খাদ্য আৰু সৃষ্টি সংস্থা (FAO) ক’ত অৱস্থিত?
উত্তৰ – ৰোম (১৯৪৫)
Also Read: One Liner GK - Assamese
৬)। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মুখ্য কাৰ্যালয় ক’ত?
উত্তৰ – জেনেভা ১৯৪৮ চন
৭) ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ – জেনেভা (১৮৬৩)
৮)। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ – ৱাশ্বিংটন (১৯৪৫)
৯)। জি-১৫ দেশসমূহৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ – জেনেভা (১৯৮৯)
১০)। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত?
উত্তৰ – জেনেভা (১৯৯৫)
১১)। নাটোৰ দেশসমূহৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ – ব্ৰাছেলছ (১৯৪৯)
১২)। ছাৰ্ক দেশসমূহৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ – কাঠমাণ্ডু (১৯৮৫)
১৩)। এছিয়ান ডেভেলপমেণ্ট বেংকৰ (এডিবি) মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ – মেনিলা (১৯৬৬)
১৪)। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰ – হেগ (১৯৪৬)
১৫)। ইন্টাৰপল ক’ত অৱস্থিত?
উত্তৰ – পেৰিছ (১৯২৩)
Post a Comment
0 Comments