আজিৰ পোষ্টটোত আমি আগন্তুক সকলো প্ৰতিযোগিতামূলক পৰীক্ষা যেনে SSC, IBPS Clerk, IBPS PO, RBI, RRB, CTET, TET, BED, UPSC আদিৰ বাবে উপযোগী সকলো One Liner GK in Assamese ৰ প্ৰশ্ন উত্তৰ আপোনালোকক জনাম।
One Liner GK Question Answer in Assamese
Q ➤ সীমান্ত গান্ধী নামেৰে কাক জনাজাত?
Q ➤ ৰাষ্ট্ৰসংঘৰ শিশু শিক্ষা পুঁজিৰ (UNICEF) মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Q ➤ ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল?
Q ➤ কোনখন দেশক উদয় হোৱা সূৰ্য্যৰ দেশ বুলি কোৱা হয়?
Q ➤ ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
Q ➤ কোনখন মহাসাগৰক প্যাছা মহাসাগৰ বুলিও কোৱা হয়?
Q ➤ ছাভানা ঘাঁহনিখন ক’ত অৱস্থিত?
Q ➤ গোবি মৰুভূমি ক’ত অৱস্থিত?
Q ➤ কোনটো জন্তুক মৰুভূমিৰ জাহাজ বোলা হয়?
Q ➤ সত্যাৰ্থ প্ৰকাশ কোনে লিখিছিল?
Q ➤ উত্তৰ মেৰুত উপনীত হোৱা বিশ্বৰ প্ৰথম ব্যক্তি কোন আছিল?
Q ➤ ৪৪ সংখ্যক সাংবিধানিক সংশোধনীৰ দ্বাৰা কোনটো মৌলিক অধিকাৰ আঁতৰোৱা হৈছিল?
Q ➤ কাগজ আৱিষ্কাৰ কৰা দেশখনৰ নাম কি?
Q ➤ কোনখন মহাদেশক অন্ধকাৰ মহাদেশ বোলা হয়?
Q ➤ হিন্দীত কম্পিউটাৰক কি বোলা হয়?
Q ➤ পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো?
Q ➤ উত্তৰ আমেৰিকা মহাদেশক এছিয়া মহাদেশৰ পৰা কোনখন জল সন্ধিৰ দ্বাৰা পৃথক কৰা হৈছে?
Q ➤ ৰাছিয়াৰ সংসদৰ নাম কি?
Q ➤ বংগক কেতিয়া আৰু কাৰ দ্বাৰা বিভাজন কৰা হৈছিল?
Q ➤ ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল?
Q ➤ ভাৰতৰ নেপোলিয়ন কাক বোলে ?
Q ➤ কোনটো ভাইৰাছৰ দ্বাৰা ছোৱাইন ফ্লু বিয়পে?
Q ➤ বিশ্ব স্বাস্থ্য সংস্থা ক’ত অৱস্থিত?
Q ➤ ভাৰত-পাকিস্তানৰ সীমাৰেখা কি নামেৰে জনা যায়?
Q ➤ ভাৰতে কেতিয়া আৰু ক’ত প্ৰথম পাৰমাণৱিক পৰীক্ষণ কৰিছিল?
Q ➤ বিশ্বৰ সৰ্বোচ্চ মালভূমি কোনটো?
Q ➤ ভাৰতৰ কোনজন নেতা ভাৰতৰ আইৰণ মেন নামেৰে জনাজাত?
Q ➤ ভাৰতৰ সাংবিধানিক মুৰব্বী কোন ?
Q ➤ অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল?
Q ➤ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’বলৈ নূন্যতম বয়স কিমান?
Q ➤ বেকিং ছ’ডাৰ ৰাসায়নিক সূত্ৰ কি?
Q ➤ ভাৰতৰ প্ৰস্তাৱনাৰ ভাষা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে?
Q ➤ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় কোনটো?
Q ➤ মহাত্মা গান্ধীয়ে ভাৰতত সত্যাগ্ৰহৰ প্ৰথম পৰীক্ষাটো ক’ত কৰিছিল?
Q ➤ ৰাজতৰংগিনীৰ লেখক কোন?
Q ➤ ভাৰতত বগা বিপ্লৱৰ জনক কোন?
Q ➤ লোকসভাৰ সদস্য হ’বলৈ নূন্যতম বয়স কিমান?
Q ➤ ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কোনটো?
Q ➤ প্ৰথম ক্ৰিকেট বিশ্বকাপ কোনখন দেশত জয়ী হৈছিল?
Q ➤ ৰাজ্যসমূহত সাংবিধানিক যন্ত্ৰ বিকল হ’লে কোনটো অনুচ্ছেদৰ ভিত্তিত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়?
Q ➤ কোনটো অনুচ্ছেদৰ অধীনত ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি গণ্য কৰা হৈছে?
Q ➤ প্ৰশ্ন - মানুহক চন্দ্ৰলৈ লৈ যোৱা প্ৰথমখন মহাকাশযানৰ নাম কি আছিল?
Q ➤ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Q ➤ ৰেবিজৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল?
Q ➤ লেক চুপিৰিয়েৰ ক’ত অৱস্থিত?
Post a Comment
0 Comments