Top 50 + GK Questions in Assamese - GK Question Answer in Assamese 2023
Q ➤ ভাৰতৰ জাতীয় গীত বন্দে মাতৰম ক’ৰ পৰা লোৱা হৈছে?
Q ➤ ইউ পি এছ চি (UPSC) ৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল?
Q ➤ কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা ভোটদানৰ নূন্যতম বয়স ১৮ বছৰলৈ বৃদ্ধি কৰা হৈছিল?
Q ➤ টিটিকাকা হ্ৰদ ক’ত অৱস্থিত?
Q ➤ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল?
Q ➤ তুলবুল প্ৰকল্প কোনখন নদীৰ ওপৰত অৱস্থিত?
Q ➤ প্ৰথম ভাৰতীয় ডাকটিকট কেতিয়া আৰু ক’ত ছপা হৈছিল?
Q ➤ পৃথিৱীত কোনটো হ্ৰদ আছে যিটো প্ৰতি বাৰ বছৰৰ মূৰে মূৰে মিঠা আৰু নিমখীয়া পানীলৈ পৰিৱৰ্তিত হৈ থাকে?
Q ➤ ড০ ভীমৰাৱ আম্বেদকাৰৰ জন্মস্থান ক’ত?
Q ➤ ভাৰতৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই মছিনৰাম কোনখন ৰাজ্যত অৱস্থিত?
Q ➤ ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইনত সংবিধান সভাই কেতিয়া অনুমোদন দিছিল?
Q ➤ বিখ্যাত কোহিনুৰ হীৰাটো ক’ৰ পৰা লাভ কৰা হৈছিল?
Q ➤ কোনটো অঞ্চলক পৃথিৱীৰ ছাদ বোলা হয়?
Q ➤ প’লো খেলি থাকোঁতে কোন ভাৰতীয় সম্ৰাটৰ মৃত্যু হৈছিল?
Q ➤ সীমান্ত গান্ধী নামেৰে কাক জনাজাত?
Q ➤ ৰাষ্ট্ৰসংঘৰ শিশু শিক্ষা পুঁজিৰ (ইউনিচেফ) মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Q ➤ ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল?
Q ➤ কোনখন দেশক উদয় হোৱা সূৰ্য্যৰ দেশ বুলি কোৱা হয়?
Q ➤ ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
Q ➤ ভাৰতত বগা বিপ্লৱৰ জনক কোন?
Q ➤ লোকসভাৰ সদস্য হ’বলৈ নূন্যতম বয়স কিমান?
Q ➤ ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কোনটো?
Q ➤ প্ৰথম ক্ৰিকেট বিশ্বকাপ কোনখন দেশত জয়ী হৈছিল?
Q ➤ ৰাজ্যসমূহত সাংবিধানিক যন্ত্ৰ বিকল হ’লে কোনটো অনুচ্ছেদৰ ভিত্তিত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়?
Q ➤ কোনটো অনুচ্ছেদৰ অধীনত ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হয়?
Q ➤ মানুহক চন্দ্ৰলৈ লৈ যোৱা প্ৰথমখন মহাকাশযানৰ নাম কি আছিল?
Q ➤ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Q ➤ ৰেবিজৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল?
Q ➤ লেক চুপিৰিয়েৰ ক’ত অৱস্থিত?
Q ➤ ভাৰতৰ নেপোলিয়ন কাক বোলে ?
Q ➤ কোনটো ভাইৰাছৰ দ্বাৰা ছোৱাইন ফ্লু বিয়পে?
Q ➤ বিশ্ব স্বাস্থ্য সংস্থা ক’ত অৱস্থিত?
Q ➤ ভাৰত-পাকিস্তানৰ সীমাৰেখা কি নামেৰে জনা যায়?
Q ➤ ভাৰতে কেতিয়া আৰু ক’ত প্ৰথম পাৰমাণৱিক পৰীক্ষণ কৰিছিল?
Q ➤ বিশ্বৰ সৰ্বোচ্চ মালভূমি কোনটো?
Q ➤ ভাৰতৰ কোনজন নেতা ভাৰতৰ আইৰণ মেন নামেৰে জনাজাত?
Q ➤ ভাৰতৰ সাংবিধানিক মুৰব্বী কোন ?
Q ➤ অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল?
Q ➤ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’বলৈ নূন্যতম বয়স কিমান?
Q ➤ বেকিং ছ’ডাৰ ৰাসায়নিক সূত্ৰ কি?
Q ➤ কোনখন মহাসাগৰক প্যাছা মহাসাগৰ বুলিও কোৱা হয়?
Q ➤ ছাভানা ঘাঁহনি ক’ত অৱস্থিত?
Q ➤ গোবি মৰুভূমি ক’ত অৱস্থিত?
Q ➤ কোনটো জন্তুক মৰুভূমিৰ জাহাজ বোলা হয়?
Q ➤ সত্যাৰ্থ প্ৰকাশ কোনে লিখিছিল?
Q ➤ মেৰুত উপনীত হোৱা বিশ্বৰ প্ৰথম ব্যক্তি কোন আছিল?
Q ➤ ৪৪ সংখ্যক সাংবিধানিক সংশোধনীৰ দ্বাৰা কোনটো মৌলিক অধিকাৰ আঁতৰোৱা হৈছিল?
Q ➤ কাগজ আৱিষ্কাৰ কৰা দেশখনৰ নাম কি?
Q ➤ সংস্কৃত ব্যাকৰণৰ জনক কাক কোৱা হয়?
Q ➤ ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল?
Q ➤ পৃথিৱীৰ আটাইতকৈ গভীৰ ট্ৰাফ কোনটো?
Q ➤ ভাৰতীয় সেনাৰ প্ৰথম ভাৰতীয় সেনা প্ৰধান কোন আছিল ?
Q ➤ ইতিহাসৰ পিতৃ বুলি কাক কোৱা হয়?
Q ➤ কেলকুলেটৰ কোনে আৱিষ্কাৰ কৰিছিল?
Q ➤ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাবিদ্যালয়ত কোনক অন্তৰ্ভুক্ত কৰা হৈছে?
Q ➤ কোনজন শাসকে গোৱালিয়ৰ দুৰ্গ নিৰ্মাণ কৰিছিল?
Q ➤ ইমেইল কোনে আৱিষ্কাৰ কৰিছিল?
Q ➤ তত্ববোধনী সভাৰ প্ৰতিষ্ঠাপক কোন আছিল ?
Q ➤ পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো?
Q ➤ আমেৰিকা মহাদেশক এছিয়া মহাদেশৰ পৰা কোনখন জল সন্ধিৰ দ্বাৰা পৃথক কৰা হৈছে?
Q ➤ ৰাছিয়াৰ সংসদৰ নাম কি?
Q ➤ বংগক কেতিয়া আৰু কাৰ দ্বাৰা বিভাজন কৰা হৈছিল?
Q ➤ ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল?
Q ➤ ভাৰতৰ প্ৰস্তাৱনাৰ ভাষা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে?
Q ➤ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় কোনটো?
Q ➤ মহাত্মা গান্ধীয়ে ভাৰতত সত্যাগ্ৰহৰ প্ৰথম পৰীক্ষাটো ক’ত কৰিছিল?
Q ➤ ৰাজতৰংগিনীৰ লখক কোন?
Post a Comment
0 Comments