Type Here to Get Search Results !

20+ General Mathematics GK in Assamese || General Mathematics Questions and Answers

পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা গণিত এটা গুৰুত্বপূৰ্ণ বিষয়, যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে গণিতৰ প্ৰশ্নবোৰ ভালদৰে চাব লাগিব।

General Mathematics GK in Assamese


General Mathematics GK in Assamese

আমি আপোনাৰ বাবে কুইজৰ ৰূপত সাধাৰণ গণিতৰ প্ৰশ্ন আনিছো (General Mathematics GK in Assamese), কুইজ খেলক আৰু আপোনাৰ ক্ষমতা পৰীক্ষা কৰক, গণিত হৈছে সাধাৰণ জ্ঞান যিয়ে আপোনাক আৰম্ভণিৰ সময়ত সহায় কৰিব।


১/ এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যা

(a) 2

(b) 4

(c) 0

(d) 6


২/ যুগ্ম সংখ্যাৰ যােগফল সদায়

(a) যুগ্ম সংখ্যা

(b) অযুগ্ম সংখ্যা

(c) যুগ্ম আৰু অযুগ্ম

(d) এটাও নহয়


৩/ তলৰ কোনটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা?

(a) 1

(b) 2

(c) 0

(d) এটাও নহয়


৪/ যুগ্ম অথচ মৌলিক সংখ্যাটো কি?

(а) 3

(b) 2

(c) 0

(d) 1


৫/ এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ যােগফল

(a) অযুগ্ম সংখ্যা

(b) যুগ্ম সংখ্যা

(c) দুয়ােটা

(d) এটাও নহয়


৬/ যুগ্ম আৰু যুগ্ম সংখ্যাৰ যােগফল-

(a) যুগ্ম সংখ্যা

(b) অযুগ্ম সংখ্যা

(c) দুয়ােটা

(d) এটাও নহয়


৭/ তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়?

(а) 1

(b) 0

(c) 3

(d) এটাও নহয়


৮/ তলৰ কোনটো সংখ্যা আটাইতকৈ সৰু পূর্ণ সংখ্যা?

(a) 1

(b) 0

(c) 5

(d) এটাও নহয়


৯/ অখণ্ড সংখ্যা হৈছে

(а) —1, —2, -3 ...

(b) 1, 2, 3......

(c) ½ , ⅓ , ⅕

(d) এটাও নহয়


১০/ 11 সংখ্যাটোৰ উত্তৰ পদটো হল

(a) 12

(b) 10

(c) 11

(d) এটাও নহয়


Also Read: 1500+ Assamese GK


১১/ প্রতিটো স্বাভাৱিক সংখ্যা পূর্ণ সংখ্যা

(a) হয়

(b) নহয়

(c) হ'বও পাৰে

(d) নহবও পাৰে


১২/ চাৰিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা

(a) 1023

(b) 1111

(c) 0123

(d) 1234


১৩/ 0, 3, 1, 5 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি?

(а) 1035

(b) 0351

(с) 3015

(d) 0135


১৪/ তলৰ কোনটো যুগ্ম সংখ্যা?

(а) 1098

(b) 1981

(c) 1097

(d) 1099


১৫/ দহতকৈ সৰু যুগ্ম সংখ্যাৰ যােগফল-

(a) 18

(b) 10

(c) 20

(d) 14


১৬/ এটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা কি?

(a) 9

(b) 8

(c) 2

(d) 0


১৭/ 1 ৰ পৰা 100লৈ কিমানটা মৌলিক সংখ্যা আছে?

(а) 25

(b) 20

(c) 50

(d) 27


১৮/ অযুগ্ম সংখ্যাৰ যােগফল সদায়

(a) যুগ্ম

(b) অযুগ্ম সংখ্যা

(c) যুগ্ম আৰু অযুগ্ম

(d) এটাও নহয়


১৯/ স্বাভাৱিক সংখ্যা হৈছে

(a) 1, 2, 3 ...

(b) 0, 1, 2, 3 ..

(c) -1, -2, -3 ...

(d) ½ , ⅔ , ¾...


২০/ প্রথম চাৰিটা যুগ্ম সংখ্যাৰ যােগফল-

(а) 30

(b) 20

(c) 40

(d) 15


২১/ এটা অংকযুক্ত মৌলিক সংখ্যা

(a) 2

(b) 6

(c) 4

(d) 10


২২/ দহতকৈ সৰু অযুগ্ম সংখ্যাবােৰৰ যােগফল

(a) 20

(b) 25

(c) 22

(d) 30


২৩/ পাঁচটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হল

(a) 90000

(b) 99999

(c) 99899

(d) এটাও নহয়

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section