আজি বিশ্ব GK (বিশ্ব কুইজ) সম্পৰ্কীয় প্ৰশ্নসমূহ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা যেনে SSC, IBPS Clerk, IBPS PO, RBI, RRB, CTET, TET, BED, UPSC আদিত সোধা হয়। ইয়াত বহুতো বিষয়ৰ ওপৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ তালিকা দিয়া হৈছে যিটো আপোনাৰ World GK জ্ঞানৰ বাবে অতি গুৰুত্বপূৰ্ণ। পৃথিৱীৰ লগত জড়িত সেই সকলোবোৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন যিবোৰ পৰীক্ষাত প্ৰায়ে সোধা হয়।
বিশ্ব কুইজ | World general knowledge | World GK in Assamese
১/ পৃথিৱীত মুঠ কিমান সাগৰ আছে?
(ক) ৬
(খ) ৯
(গ) ৫
(ঘ) ৪
২/ পৃথিৱীত কিমানখন মহাদেশ আছে?
(ক) ৯
(খ) ৭
(গ) ৮
(ঘ) ৬
৩/ বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন হ’ল?
(ক) আফ্ৰিকা
(খ) দক্ষিণ আমেৰিকা
(গ) অষ্ট্ৰেলিয়া
(ঘ) এছিয়া
৪/ বিশ্বৰ প্ৰথমখন বিশ্ববিদ্যালয় কোনখন?
(ক) পেৰিছ বিশ্ববিদ্যালয়
(খ) এলাহাবাদ বিশ্ববিদ্যালয়
(গ) টেক্সিলা বিশ্ববিদ্যালয়
(ঘ) অসম বিশ্ববিদ্যালয়
৫) মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথমখন দেশ কোনখন দেশ?
(ক) ইটালী
(খ) ইৰাক
(গ) ৰাছিয়া
(ঘ) চীন
৬) মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন?
(ক) মেজৰ ইউৰি গাগাৰিন
(খ) ভেলেন্টিনা টেৰেচকোভা
(গ) ৰাকেশ শৰ্মা
(ঘ) নীল আৰ্মষ্ট্ৰং
৭) চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম কোনখন দেশ?
(ক) বাংলাদেশ
(খ) ব্ৰাজিল
(গ) ৰাছিয়া
(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ
৮) চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথমজন ব্যক্তি?
(ক) ৰাকেশ শৰ্মা
(খ) নীল আৰ্মষ্ট্ৰং
(গ) ইউৰি গাগাৰিন
(ঘ) বচেন্দ্ৰী পাল
৯/ বিমান উৰুৱা পৃথিৱীৰ প্ৰথমজন ব্যক্তি?
(ক) প্লেটো
(খ) ৰাইট ভাইসকল
(গ) ৰাকেশ শৰ্মা
(ঘ) ক্লেমেণ্ট এটলি
১০) বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা প্ৰদান কৰা দেশ?
(ক) জাপান
(খ) চীন
(গ) ৰাছিয়া
(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ
১১) পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম যিটো অস্তিত্বত আছে?
(ক) বৌদ্ধ ধৰ্ম
(খ) ইহুদী ধৰ্ম
(গ) সনাতন ধৰ্ম
(ঘ) জৰদস্তীয় ধৰ্ম
১২) বিশ্বৰ প্ৰথমখন চহৰ যাৰ ওপৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল?
(ক) লাওচ
(খ) দিল্লী
(গ) হিৰোচিমা
(ঘ) অন্য
১৩) বিশ্বৰ প্ৰথম গ্ৰন্থ ছপা দেশ?
(ক) ভূটান
(খ) অষ্ট্ৰেলিয়া
(গ) ভাৰত
(ঘ) চীন
১৪) বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী?
(ক) এচ্ ভাণ্ডাৰনাইকে (লংকা)
(খ) ইন্দিৰা গান্ধী (ভাৰত)
(গ) বেনজিৰ ভুট্টো (পাকিস্তান)
(ঘ) গোল্ডা মেইৰ (ইজৰাইল)
১৫) বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জটো হ’ল?
(ক) ইণ্ডোনেছিয়া
(খ) আন্দামান
(গ) স্কটলেণ্ড
(ঘ) অন্যান্য
Post a Comment
0 Comments