Type Here to Get Search Results !

অসমৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান? What is the total area of Assam?

অসমৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান?

(ক) ৭৮,৪৩৮ বৰ্গ কি:মি:

(খ) ৭৮,৪৩৬ বৰ্গ কি:মি:

(গ) ৭৭,৪৩৮ বৰ্গ কি:মি:

(ঘ) ৭৬,৪৩৬ বৰ্গ কি:মি:

উত্তৰ: (ক) ৭৮,৪৩৮ বৰ্গ কি:মি



Also Read: 1500+ Assamese GK


What is the total area of Assam?

(a) 78,438 sq. km.

(b) 78,436 sq. km.

(c) 77,438 sq. km.

(d) 76,436 sq. km.

Ans: (a) 78,438 sq. km.


অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিল'মিটাৰ। ই ভাৰতৰ এখন মজলীয়া আকাৰৰ ৰাজ্য। অসমখনক প্ৰধানকৈ তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰিব পাৰি। ৰাজ্যখনৰ উত্তৰ অংশ জুৰি আছে ব্ৰহ্মপুত্ৰ সমতল আৰু দক্ষিণ অংশত আছে বৰাক সমতল। এই দুখন সমতলৰ মাজত অৰ্থাৎ মাজভাগত এখন উচ্চভূমি অঞ্চল আছে।



Assam covers an area of 78,438 sq km. It is a medium-sized state in India. Assam can be divided into three main geographical regions. The Brahmaputra Plain covers the northern part of the state and the Barak Plain covers the southern part. Between these two plains, in the middle, is an upland area.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section