Type Here to Get Search Results !

কোন বছৰত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান (Tocklai Tea Research Institute) স্থাপন কৰা হৈছিল?

প্ৰশ্ন: কোন বছৰত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল?

Question: In which year was the Tocklai Tea Research Institute established?

ক) ১৯০৩ (1903)

খ) ১৯১১ (1911)

গ) ১৯২৪ (1924)

ঘ) ১৯৪১ (1941)


উত্তৰ: খ) ১৯১১ (1911)


টোকলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Tea Research Institute) ১৯১১ চনত যোৰহাটৰ টোকলাই নৈৰ পশ্চিম পাৰত অসমৰ গৰ্ব সেউজীয়া সোণ চাহৰ উৎপাদন আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত বিস্তাৰ ভাৱে গৱেষণা চলাবৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহক সামৰি বৰ্তমানৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছিল। ড॰ পি এইচ কাৰ্পেণ্টাৰক মুৰব্বী বিষয়া হিচাপে নিযুক্তি দিয়া হয়। অসম আৰু বংগ চৰকাৰ আৰু চাহ উদ্যোগে ইয়াৰ প্ৰতিষ্ঠাৰ খৰচ বহন কৰিছিল। ১৯৬৪ চনৰ পহিলা জানুৱাৰীৰ পৰা বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদ, চাহ ব'ৰ্ড আৰু সদস্য বাগিচাসমূহৰ এটা সমবায়ভিত্তিক গৱেষণা প্ৰতিষ্ঠান হিচাপে 'চাহ গৱেষণা সন্থা' গঠন কৰা হয় আৰু ই টোকলাই গৱেষণা কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে। 


Tocklai Tea Research Institute: The present Tocklai Tea Research Institute was established in 1911 on the west bank of the Tocklai River in Jorhat to conduct extensive research on the production and processing methods of the proud green golden tea of ​​Assam. Dr. P. H. Carpenter was named head officer. The Governments of Assam and Bengal and the tea industry paid for its establishment. From 1 January 1964, the Tea Research Association was formed as a cooperative research institute of the Scientific and Industrial Research Council, the Tea Board and member estates and took over the management of the Toklai Research Centre.



তথ্য সংগ্ৰহ: উইকিপিডিয়া।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section