বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধু সংকলন। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সাধু সংকলনৰূপে প্ৰকাশ কৰিছিল।
লেখক: লক্ষ্মীনাথ বেজবৰুৱা
দেশ: অসম, ভাৰত
ভাষা: অসমীয়া
প্ৰকাৰ: সাধু সংকলন
প্ৰকাশক: বনলতা
প্ৰকাশ: ১৯১২
মিডিয়া প্ৰকাৰ: মুদ্ৰণ
Download:- অসমৰ বুৰঞ্জী - History of Assam - PDF free Download
বুঢ়ী আইৰ সাধুত মুঠ ৩০টা সাধু আছে। সাধুকেইটাৰ নাম তলত উল্লেখ কৰা হ'ল:
- চিলনীৰ জীয়েকৰ সাধু
- বান্দৰ আৰু শিয়াল
- ঔ-কুঁৱৰী
- ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
- এজনী মালিনী আৰু এজোপাৰ ফুল
- বুধিয়ক শিয়াল
- বুঢ়া-বুঢ়ী আৰু শিয়াল
- দীঘল ঠেঙীয়া
- গঙ্গাটোপ
- নুমলীয়া পো
- সৰবজান
- এটা শিঙৰা মাছৰ কথা
- এটা বলী মানুহ
- চিলনী জীয়েকৰ সাধু
- কটা যোৱা নাক,খাৰণী দি ঢাক
- তীখৰ আৰু চুটিবাই
- চম্পাৱতী
- জৰদগৱ ৰজাৰ উপাখ্যান
- পানেশৈ
- জোঁৱাইৰ সাধু
- কুকুৰীকণা
- ভেকুলীৰ সাধু
- তাৱৈয়েকৰ সাধু
- লটকন
- লখিমী তিৰোতা
- দুই বুধিয়ক
- কাঞ্চনী
[PDF Download] বুঢ়ী আইৰ সাধু - Burhi Aair Sadhu
তথ্য সংগ্ৰহ - as.m.wikipedia.org
PDF- XUKHDUKH.COM
Post a Comment
0 Comments