সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভাৰতৰ সৈতে জড়িত (India General Knowledge In Assamese) গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন SSC, IBPS Clerk, IBPS PO, RBI, TET আদি ভাৰতৰ সৈতে জড়িত সাধাৰণ জ্ঞানৰ প্ৰশ্ন। ভাৰতৰ সৈতে জড়িত প্ৰতিযোগিতামূলক পৰীক্ষাত সোধা সকলো সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰসহ ইয়াত পঢ়ক।
ভাৰতৰ সাধাৰণ জ্ঞান | India General Knowledge In Assamese
১/ ভাৰত নামৰ উৎপত্তিৰ সম্পৰ্ক প্ৰাচীন কালৰ কোনজন মহিমামণ্ডিত ৰজাৰ লগত আছে?
(ক) মহাৰাণা প্ৰতাপ
(খ) চন্দ্ৰগুপ্ত মৌৰ্য
(গ) ভাৰত চক্ৰৱৰ্তী
(ঘ) অশোক মৌৰ্য
২/ ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন?
(ক) মুম্বাই
(খ) কলকাতা
(গ) দিল্লী
(ঘ) মাদ্ৰাজ
৩/ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন ?
(ক) উত্তৰ প্ৰদেশ
(খ) মহাৰাষ্ট্ৰ
(গ) ৰাজস্থান
(ঘ) মধ্যপ্ৰদেশ
৪/ ভাৰতত কিমানখন ৰাজ্য আছে ?
(ক) ২৮
(খ) ২৯
(গ) ৩৬
(ঘ) ১৫
Also Read: 1500+ Assamese GK
৫/ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন?
(ক) গণ্ডকী
(খ) কোছি
(গ) ব্ৰহ্মপুত্ৰ
(ঘ) গংগা
৬/ ভাৰতৰ আটাইতকৈ বহল নদী কোনখন?
(ক) ব্ৰহ্মপুত্ৰ
(খ) গোমতি
(গ) গংগা
(ঘ) চাম্বল
৭/ ভাৰতৰ আটাইতকৈ মিনাৰ কোনটো ?
(ক) চাৰ্মিনাৰ
(খ) কুতুব মিনাৰ
(গ) ঝুলনা মিনাৰ
(ঘ) শ্বহীদ মিনাৰ
8. ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো?
(ক) ভাখৰা বান্ধ
(খ) ইন্দিৰা সাগৰ বান্ধ
(গ) হিৰাকুদ বান্ধ
(ঘ) নাগাৰ্জুন সাগৰ বান্ধ
৯/ ভাৰতৰ আটাইতকৈ দীঘল সুৰংগটো হ’ল?
(ক) চেনানী-নৈশাৰী সুৰংগ
(খ) জৱাহৰ সুৰংগ
(গ) মালিগুদা সুৰংগ
(ঘ) কামশ্বেট সুৰংগ
১০) ভাৰতৰ আটাইতকৈ ওখ মূৰ্তিটো হ’ল?
(ক) হৰমন্দিৰ চাহাব
(খ) হাম্পি
(গ) ঐক্যৰ মূৰ্তি
(ঘ) গোমতেশ্বৰ
Post a Comment
0 Comments