Type Here to Get Search Results !

অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়?

প্ৰশ্ন: অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়?

(ক) নগাঁও

(খ) নলবাৰী

(গ) দৰং

(ঘ) কামৰূপ গ্ৰাম্য

উত্তৰ: (ঘ) কামৰূপ গ্ৰাম্য

Question: Which district produces the highest amount of paddy (rice) in Assam?

(a) Nagaon

(b) Nalbari

(c) Darang

(d) Kamrup (Rural)

Ans: (d) Kamrup (Rural)


কামৰূপ (গ্ৰাম্য) জিলা: কামৰূপ অসমৰ এখন প্ৰশাসনকেন্দ্ৰিক জিলা। অসম চৰকাৰে এই জিলাক ২০০৩ চনত দুটা ভাগত ভাগ কৰি দিছিল। গুৱাহাটীৰ অধিক অঞ্চল আগুৰাকলৈ সেই জিলাৰ নাম কামৰূপ মহানগৰ হয়। আগৰ কামৰূপখনৰ নাম কামৰূপ (গ্ৰাম্য) নাম ৰখা হয়।


Kamrup (Rural) District: Kamrup is an administrative district in Assam. The district was divided into two parts by the Government of Assam in The district was renamed Kamrup Mahanagar because it covered most of Guwahati. The former Kamrup was renamed Kamrup (Rural).

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section