প্ৰশ্ন: বিশ্বৰ প্ৰথম ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰটোৰ নাম কি আছিল?
ক) প্ৰত্যুষ
খ) ক্ৰে ক্ৰে ১
গ) টি-৩
ঘ) এনিয়াক
উত্তৰ: ঘ) এনিয়াক
(এনিয়াক) ENIAC হৈছে এক প্ৰকাৰৰ প্ৰথম পৰ্যায়ৰ কম্পিউটাৰ। ই দশমিক ব্যৱস্থাত কাম কৰে। অধ্যাপক জন মছলীয়ে ১৯৪৮ চনত এই কম্পিউটাৰটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। এই কম্পিউটাৰটো আকাৰত বহুত ডাঙৰ আছিল আৰু ওজন আছিল ৩০ টন। দ্বিতীয় বিশ্বযুদ্ধত সামৰিক শক্তি বৃদ্ধিৰ বাবে নতুন প্ৰযুক্তি সংযোজনৰ বাবে এই কম্পিউটাৰৰ সৃষ্টি। ENIAC ৰ সম্পূৰ্ণ ৰূপটো হ’ল Electronic Numerical Intergator and Calculator.
Q: What was the name of the world's first electronic digital computer?
a) Pratyusha
b) Cray Cray
c) T-3
D. ENIAC
Answer: d) ENIAC
ENIAC is a kind of first-stage computer. It works in the decimal system. Professor John Mosley invented the computer in This computer was very large in size and weighed 30 tons. The computer was created to add new technology to increase military strength in World War II. ENIAC stands for Electronic Numerical Intergator and Calculator.
Post a Comment
0 Comments