Type Here to Get Search Results !

Computer General Knowledge Quiz Questions in Assamese

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কম্পিউটাৰ বিষয়ৰ জ্ঞান (Computer General Knowledge Quiz Questions in Assamese) থকাটো প্ৰয়োজনীয়। কম্পিউটাৰ হৈছে সকলো প্ৰতিযোগিতামূলক পৰীক্ষা যেনে SBI, IBPS, IBPS-PO, SSC, UPSC আদি পৰীক্ষাতো দিয়া এটা গুৰুত্বপূৰ্ণ বিষয়। ইয়াত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ মনত ৰাখি আমি কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ উত্তৰৰ সৈতে সন্নিৱিষ্ট কৰিছো।

Computer General Knowledge Quiz Questions in Assamese

এই প্ৰশ্নবোৰ পঢ়ি আপুনি আপোনাৰ কম্পিউটাৰৰ জ্ঞান (Computer General Knowledge) বৃদ্ধি কৰিব পাৰে আৰু লগতে আপোনাৰ বন্ধুসকলক ইয়াৰ বিষয়ে ক’ব পাৰে যাতে তেওঁলোকেও তেওঁলোকৰ কম্পিউটাৰৰ জ্ঞান বৃদ্ধি কৰিব পাৰে।


অসমীয়াত কম্পিউটাৰৰ বিষয়ে সাধাৰণ জ্ঞান


প্ৰঃ COMPUTER ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ Common Operating Machine Purposely Used for Technological and Educational Research.


প্ৰঃ কম্পিউটাৰৰ মনিটৰ, প্ৰিন্টাৰ আদি কি আহিলা?

উঃ আউটপুট আহিলা।


প্ৰঃ PC ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ Personal Computer.


প্ৰঃ কম্পিউটাৰৰ প্ৰ’ছেছিং কৰিবলৈ ব্যৱহাৰ কৰা আহিলাক কি বোলে?

উঃ প্ৰ’ছেছিং আহিলা। 


প্ৰঃ Pascalineনামৰ গণনা যন্ত্ৰটো কিমান চনত আৱিষ্কাৰ কৰা হৈছিল?

উঃ 1642 চনত।


প্ৰঃ ALGOL মানে কি?

উঃ Algorithmic Language.


প্ৰঃ 'God Father of the Net' বুলি কাক কোৱা হয়?

উঃ Vinton Cerf. 


প্ৰঃ 'Computer Society of India' ৰ সভাপতিজন কোন?

উঃ ড০ ৰাঙ্গস্বামী নৰসিংহ।


প্ৰঃ এখন ফ্লোপি ডিক্সৰ কিমান ট্রেক থাকে?

উঃ 192 ।


প্ৰঃ Machine Language ৰ সংখ্যা দুটা কি কি?

উঃ 1, 0.


Computer GK in Assamese Language

প্ৰঃ মহাকাশ গৱেষণাৰ বাবে গুগোল নামৰ ৱেবছাইটটোৱে প্ৰৱৰ্তন কৰা সেৱাৰ নাম কি?

উঃ Google Sky


প্ৰঃ Windows ৰ কেইটামান সংস্কৰণৰ নাম কোৱা?

উঃ Windows 98, Windows 2000, Windows XP.


প্ৰঃ Pascaline নামৰ গণনা যন্ত্ৰটোৰ আন এটা নাম কি?

উঃ পাস্কেল কেলকুলেটৰ।


প্ৰঃ Pascaline নামৰ গণনা যন্ত্ৰটোৰ জৰিয়তে কি কি কাৰ্য কৰিব পৰা হৈছিল?

উঃ সোনকালে যোগ আৰু বিয়োগ কৰিব পাৰিছিল। 


প্ৰঃ প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো?

উঃ 1949 চনৰ পৰা 1955 চনলৈ।


প্ৰঃ প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।

উঃ এনিয়েক।


প্ৰঃ দ্বিতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো?

উঃ 1956 চনৰ পৰা 1975 চনলৈ।


প্ৰঃ দ্বিতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।

উঃ আইএমবি-1401.


প্ৰঃ তৃতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো?

উঃ 1976 চনৰ পৰা 1999 চনলৈ।


প্ৰঃ তৃতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।

উঃ আইএমবি-360।


প্ৰঃ চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰ যুগ কোনটো?

উঃ 2000 চনৰ পৰা বৰ্তমানলৈ।


প্ৰঃ চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰ এটিৰ নাম কোৱা।

উঃ পেন্টিয়াম।


প্ৰঃ হাতেৰে স্পৰ্শ কৰি চাব পৰা কম্পিউটাৰ আহিলাবোৰক কি বোলে?

উঃ হাৰ্ডৱেৰ।


প্ৰঃ কম্পিউটাৰে নিজে কোনো কথা চিন্তা কৰিব পাৰেনে?

উঃ নোৱাৰে।


প্ৰঃ Palm Top কি?

উঃ এবিধ Personal Computer.


প্ৰঃ LapTop কি?

উঃ এবিধ Personal Computer.


প্ৰঃ Leibnitz Calculator কেতিয়া আৱিষ্কাৰ কৰা হৈছিল?

উঃ 1671 চনত। 


প্ৰঃ Leibnitz Calculator -ক আন কি নামেৰ জনা গৈছিল? 

উঃ Stepped Calculator.


প্ৰঃ Leibnitz Calculator ৰ দ্বাৰা কি কি কাৰ্য কৰিব পৰা গৈছিল?

উঃ পূৰণ আৰু হৰণ। 


প্ৰঃ দুটা ম’ডেমে hand shaking কৰা মানে কি বুজায়?

উঃ তথ্য আদান-প্ৰদান কৰা বুজায়। 


প্ৰঃ Abacus ৰ জৰিয়তে কি কি কাৰ্য কৰা হৈছিল?

উঃ যোগ আৰু বিয়োগ। 


প্ৰঃ নেপীয়েৰ ব’নছৰ জৰিয়তে গণিতৰ কি কি কাৰ্য কৰিব পৰা হৈছিল?

উঃ যোগ, বিয়োগ, পূৰণ আৰু হৰণ। 


প্ৰঃ Pascaline নামৰ গণনা যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ব্লেইজ পাস্কেল।


প্ৰঃ বিংশ শতাব্দীৰ বিজ্ঞানৰ এক বিষ্ময়কৰ আৱিষ্কাৰৰ নাম কোৱা।

উঃ কম্পিউটাৰ। 


প্ৰঃ কোনজন ব্যক্তিক আধুনিক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়?

উঃ চাৰ্লছ বেবেজ।


প্ৰঃ আদিতে কম্পিউটাৰ কি কামত ব্যৱহাৰ কৰিবলৈ উদ্ভাৱন কৰা হৈছিল?

উঃ দ্ৰুতভাৱে গণনা কাৰ্য সম্পাদন কৰিবলৈ।


Computer General Knowledge In Assamese

প্ৰঃ পৃথিৱীত আৱিষ্কৃত প্ৰথম গণনা যন্ত্ৰটোৰ নাম কি আছিল?

উঃ এবেকাছ (Abacus)।


প্ৰঃ কম্পিউটাৰৰ প্ৰ’গ্ৰেমিং লেংগুৱেজৰ মাতৃ কাক কোৱা হয়?

উঃ এ. এ. বি. লাভলেছ। 


প্ৰঃ 1890 চনত আমেৰিকাত লোকপিয়ল কামত ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি আছিল?

উঃ Hollerith's Machine.


প্ৰঃ Difference Engine ৰ পৰিকল্পনাকাৰী কোন আছিল?

উঃ চাৰ্লছ বেবেজ। 


প্ৰঃ কম্পিউটাৰত যোগান ধৰা তথ্যসমূহ ক’ত জমা থাকে?

উঃ মেম’ৰীত।


প্ৰঃ LapTop প্ৰাইমেৰী মেম’ৰীত কোনো তথ্য স্থায়ীভাৱে জমা ৰাখিব পাৰিনে?

উঃ নোৱাৰি।


প্ৰঃ Command কি?

উঃ Command হ’ল কম্পিউটাৰক দিয়া নিৰ্দেশ যাৰ দ্বাৰা ই আমাক আকাংক্ষিত ফল যোগান ধৰে। 


প্ৰঃ Control Unit য়ে তথ্য গ্ৰহণ কৰি ক’লৈ পঠিয়ায়?

উঃ মেম’ৰীলৈ।


প্ৰঃ Process Box কাক কয়?

উঃ এল. চি. ইউ।


প্ৰঃ প্ৰাইমেৰী মেম’ৰীৰ কোনটো অংশত তথ্য অকল পঢ়িবহে পাৰি, সম্পাদনা কৰিব নোৱাৰি?

উঃ ROM.


প্ৰঃ প্ৰাইমেৰী মেম’ৰীৰ কোনটো অংশত তথ্য পঢ়াৰ উপৰিও লিখি ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে সম্পাদনা কৰিব পাৰি?

উঃ RAM.


প্ৰঃ Manufecturer Defined Memory কাক বোলা হয়?

উঃ ROM.


প্ৰঃ Fixed Instruction Programme কাক বোলা হয়?

উঃ ROM.


প্ৰঃ HLL ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ High Level Language.


প্ৰঃ LLL ৰ সম্পূৰ্ণ ৰূপ কি?

উঃ Low Level Language.


প্ৰঃ HDD সম্পূৰ্ণ ৰূপ কি?

উঃ Hard Disk Drive.


প্ৰঃ LCD ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ Liquid Crystal Display.


প্ৰঃ CD মানে কি?

উঃ Compact Disk.


প্ৰঃ Syntax কি?

উঃ ই হ’ল কম্পিউটাৰৰ ভাষা ব্যৱহাৰ কৰি কম্পিউটাৰলৈ দিয়া নিৰ্দেশ লিখাৰ শুদ্ধ ব্যাকৰণিক ৰূপ।


প্ৰঃ Wordstar নামৰ চফটৱেৰবিধ কোনে উন্নীত কৰিছিল?

উঃ ৰব বাৰ্ণাবি আৰু ছেম’ৰ ৰুৱেনষ্টেইন।


প্ৰঃ Video Disc কোন কোম্পানীয়ে উদ্ভাৱন কৰিছিল?

উঃ Philips Co. 


প্ৰঃ আমেৰিকাত ‘আডা’ নামৰ এটা কম্পিউটাৰৰ ভাষা প্ৰচলিত। এই নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল?

উঃ কম্পিউটাৰ প্ৰ’গ্ৰেমিং লেংগুৱেজৰ মাতৃস্বৰূপ আগষ্টা আডা বাইৰন লাভলেছৰ সন্মানাৰ্থে। 


প্ৰঃ কম্পিউটাৰৰ ‘ইনপুট ডিভাইছ’ কি?

উঃ কম্পিউটাৰৰ যি অংশৰ জৰিয়তে কম্পিউটাৰত তথ্যৰ যোগান ধৰা হয় তাকে ‘ইনপুট ডিভাইছ’ বোলে।


Computer Quiz in Assamese

প্ৰঃ কম্পিউটাৰৰ ‘আউটপুট ডিভাইছ’ কি?

উঃ কম্পিউটাৰৰ যিটো অংশৰ জৰিয়তে আমি কাঙ্খিত ফল পাওঁ সেইটোকে ‘আউটপুট ডিভাইছ’ বোলে।


প্ৰঃ বিশ্বৰ প্ৰথম কম্পিউটাৰ প্ৰ’গ্ৰেমাৰ কোন?

উঃ আগষ্টা আডা বাইৰন লাভলেছ।


প্ৰঃ 'Computer Disc Player' কোন কোম্পানীয়ে আৱিষ্কাৰ কৰিছিল?

উঃ Sony, Philips Co.


প্ৰঃ GB মানে কি?

উঃ Gigabite.


প্ৰঃ MB কি?

উঃ Megabite.


প্ৰঃ KB কি?

উঃ Kilobyte.


প্ৰঃ TB কি?

উঃ Terabyte.


প্ৰঃ 1 TB ত কিমান GB?

উঃ 1024 GB.


প্ৰঃ Prompt কি?

উঃ ই হ’ল এটা চিহ্ন অথবা সংকেত যাৰ জৰিয়তে কম্পিউটাৰে যিকোনো তথ্য গ্ৰহণ কৰিবলৈ প্ৰস্তুত হোৱাৰ ইংগিত দিয়ে। 


প্ৰঃ LOGO ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ Language of Graphic Oriented.


প্ৰঃ 'Life Begins at 80' নামৰ নেট কিতাপখনৰ সম্পাদকৰ নাম কি?

উঃ Eric Shackle.


প্ৰঃ বিশ্বৰ প্ৰথমখন Multinational e-book ৰ লিখক কোন?

উঃ Eric Shackle.


প্ৰঃ এছিয়াৰ বৃহত্তম কম্পিউটাৰ নিৰ্মাতা কোম্পানীটোৰ নাম কি?

উঃ Lenovo.


প্ৰঃ You Tube নামৰ ভিডিঅ’ শ্বেয়াৰিং চাৰ্ভিছটো কোনে উদ্ভাৱন কৰিছে? 

উঃ Google.


প্ৰঃ কম্পিউটাৰৰ Storage Media প্ৰসঙ্গত WORM কি?

উঃ Write Once Read Many.


প্ৰঃ BURN Proof প্ৰযুক্তিটো কোন কোম্পানীৰ সৃষ্টি? 

উঃ Sanyo.


প্ৰঃ কম্পিউটাৰৰ ভাষাত ATM মানে কি?

উঃ Asunchronous Transfer Mode. 


প্ৰঃ নেপীয়াৰ ব’নছ গননাকাৰী যন্ত্ৰটো কেতিয়া আৱিষ্কাৰ কৰা হৈছিল?

উঃ 1617 চনত। 


প্ৰঃ Leibnitz Calculator ৰ আৱিষ্কাৰক কোন?

উঃ গটফ্রাইট লেইবনিটজ্‌। 


প্ৰঃ PROLOG কি?

উঃ পঞ্চম জেনেৰেশ্যন কম্পিউটাৰৰ বাবে জাপানী বৈজ্ঞানিকসকলে আগতীয়াকৈ নিৰ্বাচন কৰি থোৱা এটা Artificial Intelligence Language ৰ নাম।


প্ৰঃ এক পেটাবাইটত কিমান গেগাবাইট থাকে? 

উঃ এক মিলিয়ন গিগাবাইট।


প্ৰঃ ভাৰতৰ প্ৰথমটো 'General Purpose Digital Computer' কোনে ডিজাইন কৰিছিল?

উঃ Dr. Rangaswamy Narasimhan.


প্ৰঃ 'Muse India' নামৰ ৱেব মেগাজিনখনৰ মূল উদ্যোক্তা কোন আছিল?

উঃ G. S. P. Rao.


প্ৰঃ বায়ুত কাম কৰা (works in the air) মাউচটো কোন কোম্পানীয়ে উলিয়াইছিল?

উঃ Logitech.


প্ৰঃ Easy Writer নামৰ ছফটৱেৰবিধৰ উদ্ভাৱক কোন?

উঃ জন দ্ৰপাৰ। 


প্ৰঃ ‘ডিভাইছ’ মানে কি?

উঃ ‘ডিভাইছ’ হ’ল এনে এবিধ যন্ত্ৰ যি নিজে নিজৰ কাম কৰিব পাৰে।


প্ৰঃ Pre-programming মতে কাৰ্য সম্পন্ন কৰিব পৰা প্ৰথম গণনা যন্ত্ৰটোৰ নাম কি আছিল?

উঃ Mark -I.


প্ৰঃ Mark -I কম্পিউটাৰবিধৰ উদ্ভাৱক কোন আছিল?

উঃ Professor Howard Aiken.


প্ৰঃ বিশ্বৰ প্ৰথমটো Electromechanical Computer ৰ নাম কি?

উঃ Mark -I.


প্ৰঃ কম্পিউটাৰে যিকোনো কাৰ্য কৰিব পাৰে নে?

উঃ নোৱাৰে।


প্ৰঃ কম্পিউটাৰৰ দুটা ইনপুট আহিলাৰ নাম কোৱা।

উঃ কী-ব’ৰ্ড আৰু মাউচ।


প্ৰঃ কম্পিউটাৰৰ আচল যন্ত্ৰটো কি?

উঃ চেন্টেল প্ৰ’ছেছিং ইউনিট (Central Processing Unit).

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section