Type Here to Get Search Results !

পুথিভঁৰাল মানে কি? Assamese GK

পুথিভঁৰালৰ ইংৰাজী: Library

পুথিভঁৰাল (Puthivoral) হৈছে সাধাৰণ অৰ্থত কিতাপ সংৰক্ষণ কৰা ঠাই কিন্তু প্ৰকৃত অৰ্থত ই হৈছে কিতাপ সংগ্ৰহ কৰি অধ্যয়নৰ বাবে সংৰক্ষণ কৰা ঠাই।

পুথিভঁৰালক বেলেগ বেলেগ নামেৰেও জনা যায়। যেনে -গ্ৰন্থাগাৰ, পাঠাগাৰ, গ্ৰন্থলায়, পুষ্টকলায় আৰু ইংৰাজীত লাইব্ৰেৰী (Libray) বুলি কোৱা হয়।


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad


  विद्यां ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्।।  

Below Post Ad

Ads Section